ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ হৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

হৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

ಉದಾಹರಣೆ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

ಸಮಾನಾರ್ಥಕ : অপহৰণ কৰা, হৰণ কৰা

ಅರ್ಥ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

ಉದಾಹರಣೆ : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

ಅರ್ಥ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

ಉದಾಹರಣೆ : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

ಸಮಾನಾರ್ಥಕ : অসফল হোৱা, পৰাজিত হোৱা

ಅರ್ಥ : প্রচেষ্টা কৰি বিফল হোৱা

ಉದಾಹರಣೆ : মই জীৱনত হাৰিছোঁ

ಸಮಾನಾರ್ಥಕ : অসফল হোৱা