ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ হোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

হোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো কার্যৰ ্বাকী নথকা

ಉದಾಹರಣೆ : আপোনাৰ ভাত খোৱা হʼল নেকি

ಅರ್ಥ : কোনো বিশেষ অৱস্থাত থকা

ಉದಾಹರಣೆ : ইয়াৰ জলবায়ু প্রায়েই একে থাকে ইয়াত মেʼজুন মাহত বৰ গৰম পৰে

ಸಮಾನಾರ್ಥಕ : থকা-, পৰা-

ಅರ್ಥ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা

ಉದಾಹರಣೆ : সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে

ಸಮಾನಾರ್ಥಕ : সমাবেশ হোৱা

ಅರ್ಥ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা

ಉದಾಹರಣೆ : এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়

ಅರ್ಥ : প্রমাণিত হোৱা

ಉದಾಹರಣೆ : অৱশেষত মোৰ কথা সঁ্চা হʼল

ಸಮಾನಾರ್ಥಕ : প্রমাণিত হোৱা

ಅರ್ಥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

ಉದಾಹರಣೆ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

ಸಮಾನಾರ್ಥಕ : থকা, স্থিত হোৱা

ಅರ್ಥ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা

ಉದಾಹರಣೆ : মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল

ಅರ್ಥ : কাপোৰ, গহনা আদি শৰীৰ শুৱনি হোৱাকৈ পৰিধান কৰা

ಉದಾಹರಣೆ : ইমান সৰু কামিজটো মোৰ শৰীৰত নহʼব

ಸಮಾನಾರ್ಥಕ : খাপ খোৱা, ফিট হোৱা

ಅರ್ಥ : প্রতিৰূপ হোৱা

ಉದಾಹರಣೆ : মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে

ಅರ್ಥ : ঘটনাৰ ৰূপত হোৱা

ಉದಾಹರಣೆ : এই দুর্ঘটন্াটো মোৰ চকুৰ আগতে ঘটিছে

ಸಮಾನಾರ್ಥಕ : ঘটা, ঘটিত হোৱা