ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ಉದಾಹರಣೆ : মেজত থোৱা কিতাপখন কʼত হেৰাল
ಸಮಾನಾರ್ಥಕ : উৰা
ಅರ್ಥ : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
ಉದಾಹರಣೆ : মোৰ চাবিপাত হেৰাল
ಅರ್ಥ : দেখা নোপোৱা
ಉದಾಹರಣೆ : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
ಸಮಾನಾರ್ಥಕ : হেৰাই যোৱা
ಅರ್ಥ : যিটো হেৰাইছে
ಉದಾಹರಣೆ : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
ಸಮಾನಾರ್ಥಕ : নিৰুদ্দেশ
ಸ್ಥಾಪನೆ