ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ಉದಾಹರಣೆ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
ಸಮಾನಾರ್ಥಕ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
ಅರ್ಥ : প্রমাণিত কৰা কোনো কথা
ಉದಾಹರಣೆ : উকীলে হেতুৰ সন্ধানত লাগি আছে
ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ಉದಾಹರಣೆ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
ಅರ್ಥ : মূল কাৰণ
ಉದಾಹರಣೆ : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
ಸ್ಥಾಪನೆ