ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
ಸಮಾನಾರ್ಥಕ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হৈ-চৈ, ৰিঙা-ৰোৱা
ಅರ್ಥ : ব্যৱস্থাৰ অভাৱ
ಉದಾಹರಣೆ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
ಸಮಾನಾರ್ಥಕ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা
ಅರ್ಥ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
ಉದಾಹರಣೆ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হৈ-চৈ
ಅರ್ಥ : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা
ಉದಾಹರಣೆ : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল
ಸಮಾನಾರ್ಥಕ : হৈ-চৈ
ಅರ್ಥ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
ಉದಾಹರಣೆ : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ಸಮಾನಾರ್ಥಕ : উখল-মাখল, ঘমঘণ্ট
ಸ್ಥಾಪನೆ