ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সম্পূর্ণৰূপে সেই ৰূপতে
ಉದಾಹರಣೆ : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
ಸಮಾನಾರ್ಥಕ : হুবহুৰূপে
ಅರ್ಥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
ಅರ್ಥ : এই ধৰণৰ
ಉದಾಹರಣೆ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
ಸಮಾನಾರ್ಥಕ : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
ಅರ್ಥ : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
ಉದಾಹರಣೆ : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
ಸ್ಥಾಪನೆ