ಅರ್ಥ : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
ಉದಾಹರಣೆ :
হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
ಸಮಾನಾರ್ಥಕ : হিন্দী ভাষা
ಅರ್ಥ : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
ಉದಾಹರಣೆ :
মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
ಅರ್ಥ : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ