ಅರ್ಥ : কাৰোবাৰ হিত বা ভাল বিচৰা ব্যক্তি
ಉದಾಹರಣೆ :
শুভাকাংশীৰ কাৰণেই তেওঁ ্বৰবাদ হোৱাৰ পৰা বাচিল
ಸಮಾನಾರ್ಥಕ : শুভাকাংশী
ಅರ್ಥ : হিত বা ভাল হোৱাটো বিচৰা
ಉದಾಹರಣೆ :
বর্ত্্মান সময়ত ভাগ্যৰ বলতহে হিতৈষীলোক পোৱা যায়
ಸಮಾನಾರ್ಥಕ : কল্যাণকামী, শুভাকাংক্ষী, শুভাকাঙ্খী শুভচিন্তক