ಅರ್ಥ : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
ಉದಾಹರಣೆ :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
ಸಮಾನಾರ್ಥಕ : দো খোৱা
ಅರ್ಥ : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
ಉದಾಹರಣೆ :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
ಸಮಾನಾರ್ಥಕ : অৱনমিত হোৱা, নমিত হোৱা