ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ হাথিয়াৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

হাথিয়াৰ   বিশেষ্য

ಅರ್ಥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

ಉದಾಹರಣೆ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

ಸಮಾನಾರ್ಥಕ : উপকৰণ, যতন, সঁজুলি, সাধন, হাতিয়াৰ

ಅರ್ಥ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ

ಅರ್ಥ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

ಉದಾಹರಣೆ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

ಸಮಾನಾರ್ಥಕ : অস্ত্র, হাতিয়াৰ

ಅರ್ಥ : * কোনো দেশৰ সকলো হাথিয়াৰ বা উপকৰণ

ಉದಾಹರಣೆ : অস্ত্র শস্ত্রৰ বিষয়ত ভাৰত পাকিস্তানতকৈ বহুত আগত

ಸಮಾನಾರ್ಥಕ : অস্ত্র শস্ত্র, অস্ত্র-শস্ত্র