ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ಉದಾಹರಣೆ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
ಸಮಾನಾರ್ಥಕ : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
ಅರ್ಥ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
ಅರ್ಥ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
ಉದಾಹರಣೆ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
ಸಮಾನಾರ್ಥಕ : অস্ত্র, হাথিয়াৰ
ಸ್ಥಾಪನೆ