ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ಉದಾಹರಣೆ : তাৰ হাতত বৰ জোৰ আছে
ಸಮಾನಾರ್ಥಕ : কৰ, পাণি, ভূজ, হস্ত
ಅರ್ಥ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ಉದಾಹರಣೆ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
ಸಮಾನಾರ್ಥಕ : কৰ, হস্ত
ಅರ್ಥ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কৰ, পাণি, হস্ত
ಅರ್ಥ : মণিবন্ধৰ আগৰ অংশ
ಉದಾಹರಣೆ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
ಸಮಾನಾರ್ಥಕ : কৰ
ಅರ್ಥ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ಉದಾಹರಣೆ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ಸಮಾನಾರ್ಥಕ : দখল, সামর্থ্য
ಅರ್ಥ : সা-সঁজুলি আদিৰ ধৰা অংশ
ಉದಾಹರಣೆ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
ಸಮಾನಾರ್ಥಕ : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
ಸ್ಥಾಪನೆ