ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
ಉದಾಹರಣೆ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
ಸಮಾನಾರ್ಥಕ : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাবেলি
ಅರ್ಥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ಉದಾಹರಣೆ : এই ঘৰটোত পাঁচটা কোঠা আছে
ಸಮಾನಾರ್ಥಕ : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়
ಸ್ಥಾಪನೆ