ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ಉದಾಹರಣೆ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
ಸಮಾನಾರ್ಥಕ : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰোবৰ, হ্রদ
ಅರ್ಥ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
ಉದಾಹರಣೆ : তেওঁ সৰোবৰত গা ধুই আছে
ಸಮಾನಾರ್ಥಕ : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰোবৰ, হ্রদ
ಸ್ಥಾಪನೆ