ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
ಉದಾಹರಣೆ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
ಸಮಾನಾರ್ಥಕ : উত্তম, ভাল
ಅರ್ಥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ಸಮಾನಾರ್ಥಕ : ভাল, সজ্জন, সাধু, সুজন
ಅರ್ಥ : যʼত সৎগুণ আছে
ಉದಾಹರಣೆ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
ಸಮಾನಾರ್ಥಕ : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
ಸ್ಥಾಪನೆ