ಅರ್ಥ : মনত ৰাখিব পৰা শক্তি
ಉದಾಹರಣೆ :
এইজন বিষয়াৰ স্মৃতিশক্তি অতি ্দুর্বল
ಸಮಾನಾರ್ಥಕ : স্মৃতিশক্তি, স্মৰণ শক্তি
ಅರ್ಥ : প্রথমে দেখা কথাৰে মনত উদয় হোৱা সংস্কাৰবোধ
ಉದಾಹರಣೆ :
স্মৃতি সহজে মনৰ মাজৰ পৰা মচিব নোৱাৰি
ಸಮಾನಾರ್ಥಕ : অভিজ্ঞা