ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্বৈৰিণী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্বৈৰিণী   বিশেষ্য

ಅರ್ಥ : ধন লৈ সম্ভোগ কৰোৱা নাৰী

ಉದಾಹರಣೆ : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

ಸಮಾನಾರ್ಥಕ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

স্বৈৰিণী   বিশেষণ

ಅರ್ಥ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

ಉದಾಹರಣೆ : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

ಸಮಾನಾರ್ಥಕ : চৰিত্রহীনা, নষ্টা, পতিতা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, ৰাজহী