ಅರ್ಥ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
ಉದಾಹರಣೆ :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
ಅರ್ಥ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
ಉದಾಹರಣೆ :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
ಸಮಾನಾರ್ಥಕ : মইমতালি