ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্বীকৃত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্বীকৃত   বিশেষণ

ಅರ್ಥ : যাক অনুমতি দিয়া হৈছে

ಉದಾಹರಣೆ : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

ಸಮಾನಾರ್ಥಕ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

ಅರ್ಥ : যাৰ সহমত লাভ কৰিছে

ಉದಾಹರಣೆ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

ಸಮಾನಾರ್ಥಕ : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

ಅರ್ಥ : যিটো স্বীকাৰ কৰা হৈছে

ಉದಾಹರಣೆ : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

ಸಮಾನಾರ್ಥಕ : মান্য

ಅರ್ಥ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

ಉದಾಹರಣೆ : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

ಸಮಾನಾರ್ಥಕ : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

ಅರ್ಥ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

ಉದಾಹರಣೆ : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

ಸಮಾನಾರ್ಥಕ : অনুমতি প্রাপ্ত