ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্বীকাৰ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্বীকাৰ কৰা   ক্ৰিয়া

ಅರ್ಥ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

ಉದಾಹರಣೆ : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

ಸಮಾನಾರ್ಥಕ : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

ಅರ್ಥ : সহমত হোৱা

ಉದಾಹರಣೆ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

ಸಮಾನಾರ್ಥಕ : মনা, মানি চলা, ৰাজি হোৱা

ಅರ್ಥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ಉದಾಹರಣೆ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : গ্রহণ কৰা, লোৱা

ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ಉದಾಹರಣೆ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

ಸಮಾನಾರ್ಥಕ : মনা, মানি লোৱা

ಅರ್ಥ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ಉದಾಹರಣೆ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

ಸಮಾನಾರ್ಥಕ : মানা, স্বীকৃতি দিয়া

ಅರ್ಥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ಉದಾಹರಣೆ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

ಸಮಾನಾರ್ಥಕ : গ্রহণ কৰা, লোৱা