ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বৰূপ
ಅರ್ಥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ಉದಾಹರಣೆ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ಸಮಾನಾರ್ಥಕ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ಅರ್ಥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ಉದಾಹರಣೆ : তেওঁ ্ লাজুক স্বভাৱৰ
ಸಮಾನಾರ್ಥಕ : চৰিত্র, প্রকৃতি, মেজাজ, স্বৰূপ
ಅರ್ಥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ಉದಾಹರಣೆ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ಸಮಾನಾರ್ಥಕ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ-চৰিত্র
ಸ್ಥಾಪನೆ