ಅರ್ಥ : যি চঞ্চল নহয়
ಉದಾಹರಣೆ :
মানুহজন গম্ভীৰ স্বভাৱৰ
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ
ಅರ್ಥ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা
ಉದಾಹರಣೆ :
কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়
ಅರ್ಥ : যাৰ চিত্ত স্থিৰ
ಉದಾಹರಣೆ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত