ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্থিতি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্থিতি   বিশেষ্য

ಅರ್ಥ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

ಉದಾಹರಣೆ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

ಸಮಾನಾರ್ಥಕ : অৱস্থা, দশা

ಅರ್ಥ : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে

ಉದಾಹರಣೆ : কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়

ಸಮಾನಾರ್ಥಕ : অৱস্থিতি

ಅರ್ಥ : সত্তাৰ ভাব

ಉದಾಹರಣೆ : আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে

ಸಮಾನಾರ್ಥಕ : অধিস্থান, অস্তিত্ব, অৱস্থিতি, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা