ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো মচিব বা গুচাব নোৱাৰি
ಉದಾಹರಣೆ : টাটু ছালৰ ওপৰত কৰিলোৱা এক স্থায়ী নিচান
ಸಮಾನಾರ್ಥಕ : অনাশয়, অলোপ্য
ಅರ್ಥ : সলনি নোহোৱাকৈ সদায় একেদৰে থকা
ಉದಾಹರಣೆ : সংসাৰৰ কোনো বস্তুৱেই স্থায়ী নহয়
ಅರ್ಥ : বহুত দিন ধৰি থকা
ಉದಾಹರಣೆ : মোৰ ভাইটিয়ে বেংকত স্থায়ী চাকৰি পালে
ಸ್ಥಾಪನೆ