ಅರ್ಥ : স্থানান্তৰিত কৰা বা এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কার্য
ಉದಾಹರಣೆ :
কালিয়েই তেওঁ নিজৰ ঘৰুৱা-সামগ্রীৰ স্থানান্তৰ কৰিলে
ಅರ್ಥ : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য
ಉದಾಹರಣೆ :
এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : বদলি, স্থানান্তৰণ
ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
ಉದಾಹರಣೆ :
ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
ಸಮಾನಾರ್ಥಕ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, ৰাওনা