ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্তন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্তন   বিশেষ্য

ಅರ್ಥ : নাৰীৰ স্তনদেশ

ಉದಾಹರಣೆ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ

ಅರ್ಥ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

ಉದಾಹರಣೆ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

ಸಮಾನಾರ್ಥಕ : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত

ಅರ್ಥ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

ಉದಾಹರಣೆ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

ಸಮಾನಾರ್ಥಕ : পিয়াহ, পয়োধৰ