ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্কুল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্কুল   বিশেষ্য

ಅರ್ಥ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

ಉದಾಹರಣೆ : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

ಸಮಾನಾರ್ಥಕ : বিদ্যালয়

ಅರ್ಥ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

ಉದಾಹರಣೆ : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

ಸಮಾನಾರ್ಥಕ : পঢ়াশালী, বিদ্যালয়

ಅರ್ಥ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

ಉದಾಹರಣೆ : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

ಸಮಾನಾರ್ಥಕ : বিদ্যালয়

ಅರ್ಥ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

ಉದಾಹರಣೆ : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

ಸಮಾನಾರ್ಥಕ : পাঠশালা, বিদ্যালয়

ಅರ್ಥ : যি ঠাইত বিদ্যা প্রদান কৰা হয়

ಉದಾಹರಣೆ : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

ಸಮಾನಾರ್ಥಕ : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়