ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হাতোৰা লগ লাগি থকা হাতৰ অংশ
ಉದಾಹರಣೆ : ৰামে মোৰ কান্ধত খামুচি ধৰিলে
ಸಮಾನಾರ್ಥಕ : কান্ধ, স্কন্ধদেশ
ಅರ್ಥ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ
ಉದಾಹರಣೆ : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ
ಸಮಾನಾರ್ಥಕ : কান, কান্ধ, স্কন্ধদেশ
ಸ್ಥಾಪನೆ