ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভিতৰলৈ সোমাই যোৱা কাৰ্য
ಉದಾಹರಣೆ : মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
ಸಮಾನಾರ್ಥಕ : পোত যোৱা
ಅರ್ಥ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
ಉದಾಹರಣೆ : এই টেমাটোত সাত কিলো আটা সোমায়
ಸಮಾನಾರ್ಥಕ : ভৰোৱা
ಅರ್ಥ : ভিতৰলৈ যোৱা
ಉದಾಹರಣೆ : তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
ಸಮಾನಾರ್ಥಕ : প্রৱেশ কৰা
ಸ್ಥಾಪನೆ