ಅರ್ಥ : কোনো বস্তু সংকুচিত হৈ পৰিলে হোৱা এক ধৰণৰ গঢ়
ಉದಾಹರಣೆ :
কাপোৰৰ কোচ ইস্ত্ৰী কৰি আঁতৰাব পাৰি
ಸಮಾನಾರ್ಥಕ : কোচ
ಅರ್ಥ : কোনো বস্তুৰ (বিশেষভাৱে কাপোৰ) অত্যধিক ওলট-পালট হোৱাৰ কাৰণে বেয়া হৈ যোৱা
ಉದಾಹರಣೆ :
অত্যধিক ওলট-পালট হোৱাৰ কাৰণে এই কাপোৰখন সোত-মোচ খালে