ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ಉದಾಹರಣೆ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ಸಮಾನಾರ್ಥಕ : কোব, বেগ
ಅರ್ಥ : বৈ যোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ಸಮಾನಾರ್ಥಕ : ধাৰা, প্রবাহ, বেগ
ಅರ್ಥ : বায়ুৰ প্রৱাহ
ಉದಾಹರಣೆ : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
ಅರ್ಥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
ಉದಾಹರಣೆ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
ಸಮಾನಾರ್ಥಕ : ধাৰ, ধাৰা, প্রৱাহ
ಸ್ಥಾಪನೆ