ಅರ್ಥ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
ಉದಾಹರಣೆ :
চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
ಸಮಾನಾರ್ಥಕ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
ಅರ್ಥ : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
ಉದಾಹರಣೆ :
বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
ಸಮಾನಾರ್ಥಕ : হৰিৎ্বর্ণ
ಅರ್ಥ : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
ಉದಾಹರಣೆ :
পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
ಅರ್ಥ : যি শুকান বা মৰহি যোৱা নহয়
ಉದಾಹರಣೆ :
এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
ಸಮಾನಾರ್ಥಕ : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
ಅರ್ಥ : যিটো সেউজীয়া বৰণৰ
ಉದಾಹರಣೆ :
গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : হৰিৎ
ಅರ್ಥ : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
ಉದಾಹರಣೆ :
পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
ಅರ್ಥ : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
ಉದಾಹರಣೆ :
জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : সেউজীয়া সেউজীয়া