ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সৃষ্টি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সৃষ্টি   বিশেষ্য

ಅರ್ಥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ಉದಾಹರಣೆ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ಸಮಾನಾರ್ಥಕ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ

ಅರ್ಥ : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

ಉದಾಹರಣೆ : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

ಸಮಾನಾರ್ಥಕ : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, বিৰাট, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব

ಅರ್ಥ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

ಸಮಾನಾರ್ಥಕ : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, স্রজন, ৰচনা

ಅರ್ಥ : কোনো নতুন ধৰণৰ কাম কৰা কার্য

ಉದಾಹರಣೆ : তেওঁৰ সৃষ্টি কৰাত উৎসাহ আছে

ಸಮಾನಾರ್ಥಕ : উদ্ভাৱন, নি্র্মাণ