ಅರ್ಥ : যি সাংকেতিক পদ বা শ্্ব্দত কোনো বস্তু বনোৱা বা কার্য ্কৰাৰ মূল সিদ্ধান্ত প্রক্রিয়া আদিৰ সংক্ষিপ্ত বিধান নিহিত হৈ থাকে
ಉದಾಹರಣೆ :
শক্তিৰ বাবে দিয়া আইনষ্টাইনৰ সূত্রটো কওক
ಅರ್ಥ : যাৰ সহায়ত কোনো খবৰৰ উমান লʼব পাৰি উৎস সম্পর্কে অৱগত হʼব ্পাৰি
ಉದಾಹರಣೆ :
বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা গৈছে যে কিছুমান পাকিস্তানী চোৰাংচোৱা এই চহৰখনত আছে
ಅರ್ಥ : কম শ্্ব্দৰ দ্বাৰা কোৱা যি বচন বা পদত ডাঙৰ আৰু গূঢ় অর্থ ্থাকে
ಉದಾಹರಣೆ :
গুৰুদেৱৰ পৰা মই জীৱন নি্র্বাহৰ সূত্র পালো