ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভাল গোন্ধ
ಉದಾಹರಣೆ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
ಸಮಾನಾರ್ಥಕ : নি্র্যাস, পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সৌগন্ধ, সৌৰভ, সৌৰভ্য
ಅರ್ಥ : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
ಉದಾಹರಣೆ : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
ಸಮಾನಾರ್ಥಕ : গাই, গাইগৰু, গাভী, ধেনু
ಸ್ಥಾಪನೆ