ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সুৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সুৰ   বিশেষ্য

ಅರ್ಥ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী

ಉದಾಹರಣೆ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে

ಸಮಾನಾರ್ಥಕ : দেৱ, দেৱতা, দৈত্যাৰি

ಅರ್ಥ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

ಉದಾಹರಣೆ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

ಸಮಾನಾರ್ಥಕ : স্বৰ

ಅರ್ಥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ಉದಾಹರಣೆ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

ಸಮಾನಾರ್ಥಕ : কণ্ঠ, লয়

সুৰ   বিশেষণ

ಅರ್ಥ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

ಉದಾಹರಣೆ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

ಸಮಾನಾರ್ಥಕ : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী