ಅರ್ಥ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
ಉದಾಹರಣೆ :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
ಸಮಾನಾರ್ಥಕ : সুযোগ-সন্ধানী
ಅರ್ಥ : সুবিধাবাদ সম্বন্ধীয়
ಉದಾಹರಣೆ :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
ಅರ್ಥ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
ಉದಾಹರಣೆ :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়