ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : সৎ লোকৰ আদৰ কৰা
ಸಮಾನಾರ್ಥಕ : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক
ಅರ್ಥ : যাৰ স্বভাৱ ভাল
ಉದಾಹರಣೆ : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
ಸಮಾನಾರ್ಥಕ : সুশীল, সৌম্য
ಅರ್ಥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ಸಮಾನಾರ್ಥಕ : ভাল, সজ্জন, সাধু, সৎ
ಸ್ಥಾಪನೆ