ಅರ್ಥ : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
ಉದಾಹರಣೆ :
গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
ಅರ್ಥ : শুভ বা ভাল বাতৰি
ಉದಾಹರಣೆ :
তেওঁ পুত্র লাভৰ সু-খবৰ পালে
ಸಮಾನಾರ್ಥಕ : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ