ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
ಉದಾಹರಣೆ : আপোনাৰ সংগই মোৰ বাবে আনন্দ
ಸಮಾನಾರ್ಥಕ : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
ಅರ್ಥ : যিয়ে আনন্দ প্রদান কৰে
ಉದಾಹರಣೆ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
ಸಮಾನಾರ್ಥಕ : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
ಅರ್ಥ : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
ಅರ್ಥ : সুখ বা আনন্দ দিওতাঁ
ಉದಾಹರಣೆ : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
ಸಮಾನಾರ್ಥಕ : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
ಸ್ಥಾಪನೆ