ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আন ফালৰ বা সেই ফালৰ
ಉದಾಹರಣೆ : শ্যাম সিফালে আছে
ಸಮಾನಾರ್ಥಕ : অইন দিশে, অইনফালে, অন্যদিশে, আনফালে, সিকাষে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
ಅರ್ಥ : আনটো ফালৰ দিশ
ಉದಾಹರಣೆ : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
ಸಮಾನಾರ್ಥಕ : আনপাৰে, আনফালে, সিটো ফালে, সিপাৰে
ಸ್ಥಾಪನೆ