ಅರ್ಥ : প্রমাণিত হোৱা কার্য
ಉದಾಹರಣೆ :
সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : প্রমাণ
ಅರ್ಥ : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য
ಉದಾಹರಣೆ :
তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে
ಸಮಾನಾರ್ಥಕ : নি্র্ণয়
ಅರ್ಥ : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য
ಉದಾಹರಣೆ :
বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল
ಸಮಾನಾರ್ಥಕ : নি্র্ণয়
ಅರ್ಥ : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা
ಉದಾಹರಣೆ :
বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা
ಸಮಾನಾರ್ಥಕ : পৰিণতি