ಅರ್ಥ : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
ಉದಾಹರಣೆ :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
ಸಮಾನಾರ್ಥಕ : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
ಅರ್ಥ : সাৱধান বা হুচিয়াৰ কৰা
ಉದಾಹರಣೆ :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
ಸಮಾನಾರ್ಥಕ : সকিয়াই থকা