ಅರ್ಥ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ಉದಾಹರಣೆ :
মোহন এই কামত সফল হʼল
ಸಮಾನಾರ್ಥಕ : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল, সফল মনোৰথ, সফলকাম, সিদ্ধকাম, সিদ্ধমনোৰথ
ಅರ್ಥ : যাৰ ফল বা পৰিণাম আছে বা হৈছে
ಉದಾಹರಣೆ :
অৱশেষত কুসুমৰ কঠোৰ পৰিশ্রম সার্থক হʼল