ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ಉದಾಹರಣೆ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
ಸಮಾನಾರ್ಥಕ : অমায়িকতা, ঋজুতা, সহজতা, সৰলতা
ಅರ್ಥ : কমি যোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
ಸಮಾನಾರ್ಥಕ : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, স্বপ্লতা, স্বপ্লত্ব
ಸ್ಥಾಪನೆ