ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ಉದಾಹರಣೆ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
ಸಮಾನಾರ್ಥಕ : পদার্থ, বস্তু, মাল, মাল-বস্তু
ಅರ್ಥ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ಉದಾಹರಣೆ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
ಸಮಾನಾರ್ಥಕ : উপকৰণ, সাধন
ಅರ್ಥ : বাস্তৱিক বা কল্পিত সত্তা
ಉದಾಹರಣೆ : বতাহ এক বিমূর্ত্ত বস্তু
ಸಮಾನಾರ್ಥಕ : বস্তু
ಸ್ಥಾಪನೆ