ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
ಉದಾಹರಣೆ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
ಅರ್ಥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ಉದಾಹರಣೆ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
ಸಮಾನಾರ್ಥಕ : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
ಅರ್ಥ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
ಉದಾಹರಣೆ : বাহন ভ্রমণৰ এক মাধ্যম
ಸಮಾನಾರ್ಥಕ : মাধ্যম
ಅರ್ಥ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ಉದಾಹರಣೆ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
ಸಮಾನಾರ್ಥಕ : উপকৰণ, সামগ্রী
ಸ್ಥಾಪನೆ