ಅರ್ಥ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
ಉದಾಹರಣೆ :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
ಸಮಾನಾರ್ಥಕ : সাজোন-কাচোন
ಅರ್ಥ : অলংকৃত কৰা বা সজোৱা কার্য
ಉದಾಹರಣೆ :
ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
ಸಮಾನಾರ್ಥಕ : অলংকৰণ
ಅರ್ಥ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
ಉದಾಹರಣೆ :
সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
ಸಮಾನಾರ್ಥಕ : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা