ಅರ್ಥ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
ಉದಾಹರಣೆ :
আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
ಸಮಾನಾರ್ಥಕ : সাক্ষ্য
ಅರ್ಥ : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে
ಉದಾಹರಣೆ :
পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে
ಸಮಾನಾರ್ಥಕ : প্রত্যক্ষদর্শী
ಅರ್ಥ : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়
ಉದಾಹರಣೆ :
এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে