ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সময়সীমা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সময়সীমা   বিশেষ্য

ಅರ್ಥ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

ಉದಾಹರಣೆ : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

ಸಮಾನಾರ್ಥಕ : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্ধার্য্যসময়

ಅರ್ಥ : কোনো এক নির্দিষ্ট সময়ৰ পৰা অন্য এক নির্দিষ্ট সময়ৰ মাজৰ কালছোৱা

ಉದಾಹರಣೆ : আমি চাৰি ঘণ্টা সময়সীমাৰ ভিতৰত এই কামটো সম্পূর্ণ কৰিব লাগিব

ಸಮಾನಾರ್ಥಕ : কালাৱধি

ಅರ್ಥ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

ಉದಾಹರಣೆ : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

ಸಮಾನಾರ್ಥಕ : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্কালসীমা